কামৰূপ জিলাৰ চৰ অঞ্চলসমূহৰ ক্ৰীড়া ক্লাব আৰু বিদ্যালয়সমূহক অত্যাৱশ্যকীয় ক্ৰিকেট সামগ্ৰী বিতৰণ

কামৰূপ, আমিনগাঁও, ২২ আগষ্টঃ অসম চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা আৰু চৰ এলেকা সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ চৰ অঞ্চলসমূহৰ ৮৬ খন ক্ৰীড়া ক্লাব আৰু বিদ্যালয়লৈ অত্যাৱশ্যকীয় ক্ৰিকেট সামগ্ৰী বিতৰণ কৰা হয়। চৰ অঞ্চলসমূহত ক্ৰীড়াৰ পৰিৱেশ শক্তিশালী কৰা, উদীয়মান ক্ৰীড়া প্ৰতিভাসকলক উৎসাহিত কৰা আৰু বিদ্যালয়…

Read More

উদ্বোধনীৰ পূৰ্বে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্র (সাঁতোৰ) পৰিদৰ্শন

আমিনগাঁও, ২৬ আগষ্ট ২০২৬:অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে অহা ২৮ আগষ্ট ২০২৬ তাৰিখে হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আজি আমিনগাঁও সাঁতোৰ প্ৰকল্পত অৱস্থিত ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ(সাঁতোৰ) পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত কামৰূপ জিলাৰ জিলা আয়ুক্ত শ্ৰীদেৱ কুমাৰ মিশ্ৰও উপস্থিত থাকে। উল্লেখযোগ্য যে উদ্বোধনী বিশেষ কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্রী ড°…

Read More

আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্ৰ উদ্ধোধন মুখ্যমন্ত্ৰী । আজি শুকুৰবাৰে বিয়লি অসম ক্ৰীড়া প্ৰাধিকৰণ, ছাই আৰু ভাৰতীয় বেডমিন্টন সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে – দেশৰ ভিতৰতেই আটাইতকৈ বেছি ক্ৰীড়া সুবিধা থকা মহানগৰীৰ তালিকাত অচিৰেই স্থান পাব গুৱাহাটীয়ে । তেওঁ লগতে কয় যে- এই বছৰতে সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবে আঁচনি লোৱা হ’ব আৰু অনাগত দিনতো অসমৰ উদীয়মান খেলুবৈসকলক উন্নত মানৰ ক্ৰীড়া সুবিধা প্ৰদান কৰা হ’ব । আজিৰ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱকল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিত দৈমাৰী,সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰকাশ দাস,দিগন্ত কলিতা, ভাৰতীয় ক্ৰীড়া প্ৰাধিকাৰণৰ উপ- সঞ্চালক প্ৰধান মঞ্জুশ্ৰী দয়ানন্দৰ লগতে বহুসংখ্যক ক্ৰীড়াবিদ আৰু ৰাইজ উপস্থিত থাকে ।আমিনগাঁৱৰ পৰা নিতুপম মেধিৰ ৰিপ’ৰ্ট, দাপোণ লাইভ

Read More

নগাঁৱত ১৮ সংখ্যক নগাঁও জিলা JKA কাৰাটে ডু প্ৰতিযোগিতা সফলতাৰে সম্পন্ন।

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ জুলাইঃ প্ৰতিবৰ্ষৰ দৰে এইবাৰো আজি দিনযোৰা কাৰ্য্য সূচীৰে নগাঁৱৰ ডিমৰুগুড়িত অৱস্থিত জে,কে,এ (JKA)অসমৰ মূখ্য প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতা খনি সফলতাৰে সম্পন্ন হৈ যায়৷ কাৰ্য্য সূচীৰ অংশ হিচাপে জে,কে,এ ৰ নগাঁও জিলাৰ মুঠ ১৮ টা ক্লাবৰ ১৭২ জন খেলুৱে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনিত সৰ্বমুঠ ৫২ টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত…

Read More

ক্ৰিকেট খেলুৱৈক এক লাখ টকাৰ চেক প্ৰদান

ওদালগুৰি, ২৬ জুলাই: ওদালগুৰী জিলাৰ হৰিশিঙা সমষ্টিৰ অৰ্ন্তগত পুতিয়াখাত গাৱঁৰ এটি দৰিদ্ৰ পৰিয়াল মহম্মদ তাইজুদ্দিনৰ আলিৰ সুযোগ্য সন্তান ১৬ বছৰীয়া  আক্লিমা খাতুনক আজি ৰবিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এক লাখ টকাৰ এটি চেক প্ৰদান কৰে । উল্লেখ্য যে, যোৱা কিছুদিন পুৰ্বে অসমৰ পৰা ক্ৰিকেতট প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অক্লিমা খাতুন। বৰ্তমান তাই বেংলোৰত…

Read More

মুকালমুৱাত লুনা নুৱেভা স্পৰ্টছ একাডেমীৰ উদ্যোগত চলি থকা এল এন এছ এ জুনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতাত টপন বড়ো ক্ৰিকেট একাডেমীৰ জয়লাভ

শ্বাহ আলাউদ্দিন আহমেদ,মুকালমুৱা ২৮ জুলাই: নলবাৰী জিলাৰ মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত লুনা নুৱেভা স্পোৰ্টছ একাডেমীৰ উদ্যোগত চলি থকা এল এন এছ এ জুনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ খেলত টপন বড়ো ক্ৰিকেট একাডেমীয়ে সাৰ্থেবাৰী ক্ৰিকেট কোচিং চেণ্টাৰক ৮ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি টপন বড়ো ক্ৰিকেট একাডেমীয়ে নিৰ্ধাৰিত…

Read More

অসম প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ

গুৱাহাটী, ২৭ জুলাই ঃ অসম প্ৰিমিয়াৰ লীগৰ [এ পি এল-২০২৬] মুখ্য স্পনছৰ হ’ব ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ৷ অসম ক্ৰিকেট সন্থাই লীগৰ টাইটেল স্পনছৰৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰি লগতে অবগত কৰিছে যে অহা এক আগষ্টৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ’বলগা উদ্বোধনী বৰ্ষৰ এ পি এল ‘ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ…

Read More