Saifuddin Ahmed

এককাল পানী ভাঙি গৈ বান পীড়িতৰ অৱস্থাৰ বুজ ল’লে নগাঁও জিলাৰ আয়ুক্ত‌ই

ৰাঙলু গৰেহাগীত শিবিৰলৈ আহিবলৈ পীড়িতক জনালে আহ্বান ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৫ জুলাই:  নগাঁও জিলাৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাবাহিক বৰষুণৰ ফলত বৃদ্ধি পোৱা নিশাৰী নৈৰ জলপৃষ্ঠ‌ই সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাঙলু গৰেহাগী গাঁওখন বুৰাই পেলাইছে। নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ প্ৰায় ৫০ টা পৰিয়ালৰ ঘৰ দুৱাৰ আৰু সম্পত্তিৰ ক্ষতিসাধন কৰিছে। এই বিষয়টো গুৰুত্বসহকাৰে লৈ জিলা আয়ুক্ত দেৱাশীষ…

Read More

নগাঁৱত ১৮ সংখ্যক নগাঁও জিলা JKA কাৰাটে ডু প্ৰতিযোগিতা সফলতাৰে সম্পন্ন।

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ জুলাইঃ প্ৰতিবৰ্ষৰ দৰে এইবাৰো আজি দিনযোৰা কাৰ্য্য সূচীৰে নগাঁৱৰ ডিমৰুগুড়িত অৱস্থিত জে,কে,এ (JKA)অসমৰ মূখ্য প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতা খনি সফলতাৰে সম্পন্ন হৈ যায়৷ কাৰ্য্য সূচীৰ অংশ হিচাপে জে,কে,এ ৰ নগাঁও জিলাৰ মুঠ ১৮ টা ক্লাবৰ ১৭২ জন খেলুৱে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনিত সৰ্বমুঠ ৫২ টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত…

Read More

বঙাইগাঁৱত মানৱ সৰবৰাহ বিৰোধী সজাগতা সভা

বঙাইগাঁওঃ ২৭ জুলাইঃ বঙাইগাঁও জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত সোমবাৰে জিলাখনৰ কাবাইটাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মানৱ সৰবৰাহ বিৰোধী এখন সজাগতা সভাৰ আয়োজন কৰা হয়। মানৱ সৰবৰাহ প্ৰতিৰোধ কৰা আৰু সংবেদনশীল ব্যক্তিসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত স্থানীয় নেতৃত্ব, বিষয়া আৰু ৰাইজক সচেতন কৰি তোলাটোৱেই আছিল এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।…

Read More

শিৱসাগৰৰ বানাক্ৰান্তলৈ ৫০ হাজাৰ খাদ্যৰ টোপোলা নগাঁও জিলা প্ৰশাসনৰ।

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ জুলাইঃ শিৱসাগৰৰ বানাক্ৰান্তলৈ ৫০ হাজাৰ খাদ্যৰ টোপোলা নগাঁও জিলা প্ৰশাসনৰ শিৱসাগৰৰ বানাক্ৰান্তলৈ ৫০ হাজাৰ খাদ্যৰ টোপোলা নগাঁও জিলা প্ৰশাসনৰ। শেহতীয়া সংহাৰী বানত বিস্তৰভাবে ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ সহায়ৰ বাবে নগাঁও জিলা প্ৰশাসনেও ব্যাপক সাহায্য অভিযান চলাই আছে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম ৰাজ্যিক দুৰ্যোগ…

Read More

ক্ৰিকেট খেলুৱৈক এক লাখ টকাৰ চেক প্ৰদান

ওদালগুৰি, ২৬ জুলাই: ওদালগুৰী জিলাৰ হৰিশিঙা সমষ্টিৰ অৰ্ন্তগত পুতিয়াখাত গাৱঁৰ এটি দৰিদ্ৰ পৰিয়াল মহম্মদ তাইজুদ্দিনৰ আলিৰ সুযোগ্য সন্তান ১৬ বছৰীয়া  আক্লিমা খাতুনক আজি ৰবিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এক লাখ টকাৰ এটি চেক প্ৰদান কৰে । উল্লেখ্য যে, যোৱা কিছুদিন পুৰ্বে অসমৰ পৰা ক্ৰিকেতট প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অক্লিমা খাতুন। বৰ্তমান তাই বেংলোৰত…

Read More

ঐতিহাসিক ৰঙাপৰা নৰ্থ ৰে’লৱে জংচন সংৰক্ষণ কৰি ঐতিহ্য সংগ্ৰহালয় গঢ়ি তোলাৰ আহ্বান,২০২৮ চনত ১২৫ বছৰ পূৰ্তিৰ প্ৰাকক্ষণত পুৰণি ষ্টেচন ভৱনক ঐতিহ্যস্থল হিচাপে সংৰক্ষণৰ দাবী; ৰে’ল কৰ্তৃপক্ষলৈ জেষ্ঠ্য নাগৰিক বুধিন্দ্ৰ বৈশ্যৰ আবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ ৰঙাপৰা, ২৭ জুলাইঃ শোণিতপুৰ জিলাৰ ঐতিহাসিক ৰঙাপৰা নৰ্থ ৰে’লৱে জংচন (পুৰণি) সংৰক্ষণ কৰি ইয়াক ৰে’লৱে ঐতিহ্য সংগ্ৰহালয়, ঐতিহ্য উদ্যান অথবা ঐতিহ্যস্থল হিচাপে গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছে ৰঙাপৰাৰ বিশিষ্ট জেষ্ঠ্য নাগৰিক বুধিন্দ্ৰ বৈশ্যই। এই সন্দৰ্ভত তেওঁ ৰে’ল বিভাগলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰি ৰে’ল কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে।আবেদন-পত্ৰত উল্লেখ কৰা মতে, ১৯০৩ চনত ব্ৰিটিছ…

Read More

ঢেকীয়াজুলিত এবছুৰ ২ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী

বড়ো চুক্তি ৰূপায়ণ আৰু বড়ো সকলৰ সমষ্যা সমাধানৰ দাবী তপন সেন গুপ্ত, ঢেকিয়াজুলি, 27 জুলাই : ২০২০ চনত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তিৰ বাকী থকা দফা সমূহ শীঘ্ৰে ৰূপায়ন কৰাৰ লগতে বড়ো সকলৰ সমষ্যা সমাধানৰ দাবীত  আজি ঢেকীয়াজুনিৰ সমজিলা আয়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত ৰাজ্যৰ সমান্তৰালভাৱে  শোণিতপুৰ  জিলা নিখিল বড়ো…

Read More

নলবাৰীত দেশভক্তি দিৱস উদযাপন ।

 ধ্ৰুৱ জ্যোতি মালাকৰ,নলবাৰী,২৮জুলাই: নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসটি “দেশভক্তি দিৱস”হিচাপে উদযাপন কৰা হয় । নলবাৰী সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত  অনুষ্ঠিত এই সভাত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে জিলা উন্নয়ন আয়ুক্ত যুগ কৃষ্ণ ৰাজবংশী,অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতীয়া আৰু…

Read More

বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস উদযাপন

বঙাইগাঁওঃ ২৮ জুলাইঃ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰা হয়। জিলা প্ৰশাসন আৰু বঙাইগাঁও আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া উদ্যোগত পালন কৰা দিৱসৰ অনুষ্ঠানত অসমৰ স্বনামধন্য স্বাধীনতা সংগ্ৰামী তথা জাতীয়তাবাদী নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে, প্ৰতি বছৰে ২৮…

Read More

*দেশভক্ত তৰুণৰাম ফুকনদেৱৰ অৱদানক সশ্ৰদ্ধ স্মৰণেৰে পৱিত্ৰ মৃত্যু তিথি উপলক্ষে দৰং জিলা প্ৰশাসনৰ দেশভক্তি দিৱস উদযাপন*

ষ্টাফ ৰিপৰ্টাৰ, খাৰুপেটীয়া  ২৮ জুলাই: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগ, দৰঙৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী, দেশপ্ৰেমিক, সমাজসংস্কাৰক তথা জননেতা দেশভক্ত তৰুণৰাম ফুকনদেৱৰ পৱিত্ৰ মৃত্যু তিথি উপলক্ষে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেশভক্তি দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্ত আয়ুষী জৈনৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক, জ্যেষ্ঠ চিকিৎসক…

Read More