Saifuddin Ahmed

বিহালী ইটাভাটা মালিক পক্ষৰ উদ্যোগত বানপীড়িত ৰাইজলৈ সাহাৰ্য বিতৰণৰ বাবে বিহালীৰ পৰা শিৱসাগৰলৈ যাত্ৰা আৰম্ভ

বিহালী ২৮ জুলাই, আজি বিহালী ইটাভাটা মালিক পক্ষৰ উদ্যোগত উজনি অসমৰ বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদানৰ বাবে ২ হেজাৰ টা পৰিয়ালৰ বাবে সামগ্ৰীলৈ এটা দল শিৱসাগৰলৈ ৰাওনা হয় ।এই কাৰ্যসূচীত মোৱাৰক হুছেইন,সুভাষ আগৰৱালা,জৈনুন্দিন আনচাৰী,আব্দুল ৰহমান শ্বেখ,মুকুট ভট্টাচাৰ্য,জিয়াৰুল হক,মজনুৰ আলম,জাকিৰ খান,শ্বফিক আনচাৰী,মণিলাল শৰ্মা,বিকি মিশ্ৰ,ৰেকিব শ্বেখ,আনোৱাৰ আলি,চামচাদ আনচাৰিসহ ইটা ভাটাৰ মালিক পক্ষই উজনি অসমৰ বানপানীড়িত ৰাইজলৈ দুইহাজাৰ বিচনা…

Read More

লখিমপুৰত দেশভক্তি দিৱস পালন

লখিমপুৰৰ পৰা জিয়াউল আলী,২৮ জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰতো দেশভক্তি দিৱস পালন কৰা হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ দিনটোত পালন কৰা দেশভক্তি দিৱসত তেখেতৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে লখিমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতি ভোলানাথ নগৰীয়াই ৷ ইয়াৰ পাছতেই দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে সভা অনুষ্ঠিত কৰা হয়…

Read More

মাণিকপুৰৰ নোৱাপাৰা বজাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড

বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত নোৱাপাৰা বজাৰত একেনিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে বজাৰখনত চোৰে অভিযান চলাই মহম্মদ আলীৰ দোকানৰ পৰা ৮০০০ টকা মূল্যৰ লোকেল আৰু ব্ৰয়লাৰ মুৰ্গী, প্ৰায় ৫০০ টকা নগদ ধন,  হকিব আলীৰ দোকানৰ পৰা ৫০০০ টকা মূল্যৰ ব্ৰয়লাৰ মুৰ্গী, কৃষ্ণ ৰাজভৰৰ পাচলিৰ দোকানৰ পৰা কিছু আলু পিয়াজ ইত্যাদি আৰু পাৰ্বতি…

Read More

বজালীৰ বালাপাৰাত পুনৰ অবৈধ কাঠফলা মিল জব্দ, বন বিভাগৰ অভিযান অব্যাহত

পাঠশালা, অবৈধ বনজ সম্পদৰ ব্যৱহাৰ আৰু বন ধ্বংসৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰি তুলিছে বন বিভাগে। সেই ধাৰাবাহিকতাত বজালী জিলাৰ বালাপাৰা অঞ্চলত চলি থকা এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। পাঠশালা খণ্ড বন বিষয়া হিৰকজ্যোতি তালুকদাৰৰ নেতৃত্বত চলোৱা এই অভিযানত পাঠশালা বন সংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে। বন বিভাগৰ…

Read More

নিত্যানন্দৰ কলাগুৰু একাডেমীৰ গ্ৰীষ্মকালীন বিশেষ কৰ্মশালাৰ শুভাৰম্ভচাৰুকলা, বিজ্ঞান, সাহিত্য, সংস্কৃতিকে ধৰি বিভিন্ন বিষয়ত চলিব সাতদিনীয়া প্ৰশিক্ষণ

পাঠশালা, ২৫ জুলাইঃ বজালী জিলাৰ নিত্যানন্দ অঞ্চলৰ অগ্ৰণী সামাজিক-শৈক্ষিক অনুষ্ঠান কলাগুৰু একাডেমীৰ উদ্যোগত বিগত বৰ্ষসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি সাতদিনীয়া গ্ৰীষ্মকালীন বিশেষ কৰ্মশালাৰ শুভাৰম্ভ হয়। অহা ১ আগষ্টলৈ চলিবলগীয়া এই কৰ্মশালাৰ মূল লক্ষ্য হৈছে কণ-কণ শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটোৱা আৰু সৃষ্টিশীল মনোভাৱ গঢ়ি তোলা। একাডেমীৰ সঞ্চালক মৃন্ময় পাঠকে জানিবলৈ দিয়া মতে, কৰ্মশালাখনত চাৰুকলা, কাৰুকলা,…

Read More

উজনিৰ বানাক্ৰান্ত তিনিখন জিলাৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজৰ দাবী”অসমৰ ৰাইজৰ মন কী বাত শুনক প্ৰধানমন্ত্ৰী মোডীয়ে” — পাঠশালাত আছুৰ সভাপতি উৎপল শৰ্মাৰ ক্ষোভ

মৃন্ময় পাঠকঃ– উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এইবাৰ সংঘটিত হোৱা ভয়ংকৰ বান পৰিস্থিতিক কেৱল “গতানুগতিক বান” বুলি গণ্য নকৰি ইয়াক এক “মহাপ্ৰলয়” হিচাপে চিহ্নিত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ জোৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। লগতে অসমৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অধিক সংবেদনশীলতা কামনা কৰি…

Read More

ওদালগুৰি জিলা কাৰাগাৰত হাজোতিৰ ৰহস্যজনক মৃত্যু।

আত্মহত্যা নে আন কিবা ?নিৰপেক্ষ তদন্তৰ দাবী পৰিয়ালৰ ওদালগুৰি পৰা অখিল কলিতা, ২৮ জুলাই: ওদালগুৰি জিলা কাৰাগাৰৰ দৰে উচ্চ সুৰক্ষাসম্পন্ন স্থানৰ ভিতৰত এজন হাজোতিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটোক লৈ বিভিন্ন মহলত আত্মহত্যা নে আন কোনো অপৰাধমূলক ঘটনাৰ ফল—সেই প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে, আৰক্ষী বা সংশ্লিষ্ট তদন্তকাৰী সংস্থাই এতিয়ালৈকে মৃত্যুৰ…

Read More

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

২৫ জুলাই, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অসম মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত তলত দিয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়–1. ৰাজ্যিক কেবিনেটে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয়…

Read More

তামুলপুৰত লোকপিয়ল, ২০২৭ উপলক্ষ্যে গণনাকাৰী আৰু তদাৰককাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ

তামুলপুৰ, ২৭ জুলাই : লোকপিয়ল, ২০২৭-ৰ গৃহ তালিকাকৰণ আৰু গৃহ গণনা পৰ্যায় সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে তামুলপুৰ জিলাত গণনাকাৰী আৰু তদাৰককাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে। অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ডঃ দীপাংকৰ নাথে জনোৱা অনুসৰি ২৭ জুলাইৰ পৰা ৭ আগষ্ট, ২০২৬লৈ জিলাখনৰ দুটা কেন্দ্ৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰথম…

Read More

গাঁওৰ পৰা দুৰ্গম অঞ্চললৈ গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰীৰ বৈঠক

ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ উচ্চস্তৰীয় পৰ্যালোচনা; গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণত বিধায়কসকলৰ সক্ৰিয় সহযোগিতা বিচাৰিলে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ ২৬ জুলাই: ৰাজ্যৰ ১২৬ বিধান সভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত, সুলভ আৰু সময়োপযোগী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে যোৱা ২০ জুলাই তাৰিখৰ পৰা অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দিছপুৰস্থিত কাৰ্য্যালয়ত ৰাজ্য খনৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত এক উচ্চস্তৰীয়…

Read More