অসমৰ পৰা ভূটানলৈ পূৰৱী আইচক্ৰীমৰ প্ৰথম বাণিজ্যিক ৰপ্তানি আজি ২৮ জুলাই,২০২৬ তাৰিখ মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সমবায় আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ লগতে পূৰৱী ডেইৰী, এন ই ডি এফ এল তথা এপেডাৰ জ্যেষ্ঠ বিষয়াসকল উপষ্ঠিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *