News

HONOURABLE GOVERNOR OF ASSAM ATTENDS KARGIL VIJAY DIWAS PROGRAMME AT STATE WAR MEMORIAL, DIGHALI PUKHURI, ASSAM ORGANISED BY DIRECTORATE OF SAINIK WELFARE, ASSAM

The Honorable Governor of Assam, Shri Lakshman Prasad Acharya, attended the Kargil Vijay Diwas programme organised by Directorate of Sainik Welfare, Assam at the State War Memorial, Dighalipukhuri, Guwahati held to commemorate India’s historic victory in the 1999 Kargil War and to honour the courage, sacrifice and unwavering commitment of the nation’s armed forces.

Read More

আজমল চুপাৰ ৪০ৰ শৈক্ষিক উত্তোৰণৰ ইৰ্ষণীয় সফলতাৰ ১০ বছৰীয়া যাত্ৰা::২০২৬ৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত ৭৫০ গৰাকী ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণৰে উজ্বলিল আজমল চুপাৰ-৪০ :: ছাত্ৰৰ সাফল্যৰ শীৰ্ষত গোলাঘাটৰ অভিৰোহণ প্ৰীয়ম:: ছাত্ৰীৰ শীৰ্ষত কামৰূপৰ ছমৰীয়াৰ হামিদা আহমেদ: :

আমিন ময়নুল হক: ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন বৈপ্লৱিক যুগৰ সুচনা কৰি লগতে শৈক্ষিক উত্তোৰণৰ এক পৰিৱৰ্তনশীল যাত্ৰাত আদৰ্শৰ প্ৰতীক হিচাবে থিয় হৈ দৰিদ্ৰ- নিচলা- নিঃকিন আৰু হতাশা- নিৰাশাত আছন্ন অলেখজনৰ মুখলৈ হাঁহি আৰু আনন্দৰ চকুঁলো কঢ়িয়াই অনাৰ সংকল্পৰে ২০১৬ চনত মধ্য অসমৰ হোজাইত প্ৰজ্বলিত হোৱা ‘আজমল ফাউণ্ডেচন’ৰ দ্বাৰা পৰিচালিত ‘আজমল চুপাৰ- ৪০’ নামৰ শিক্ষা…

Read More

বৰপেটাৰোডৰ সমীপবৰ্তী বিলাসীপাৰা পথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

পাৰিবাৰিক কন্দলৰ বাবেই উক্ত হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পিছতেই চাঞ্চল্যকৰ পৰিস্থিতি ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত কৰা লোকজনক কৰায়ত্ত কৰি আৰক্ষী থানালৈ লৈ যায়। স্থানীয় ৰাইজে জনোৱা অনুসৰি আজি পুৱতিনিশা প্ৰায় ১মান বজাত…

Read More