News

তামুলপুৰত লোকপিয়ল, ২০২৭ উপলক্ষ্যে গণনাকাৰী আৰু তদাৰককাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ

তামুলপুৰ, ২৭ জুলাই : লোকপিয়ল, ২০২৭-ৰ গৃহ তালিকাকৰণ আৰু গৃহ গণনা পৰ্যায় সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে তামুলপুৰ জিলাত গণনাকাৰী আৰু তদাৰককাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে। অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ডঃ দীপাংকৰ নাথে জনোৱা অনুসৰি ২৭ জুলাইৰ পৰা ৭ আগষ্ট, ২০২৬লৈ জিলাখনৰ দুটা কেন্দ্ৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰথম…

Read More

গাঁওৰ পৰা দুৰ্গম অঞ্চললৈ গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰীৰ বৈঠক

ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ উচ্চস্তৰীয় পৰ্যালোচনা; গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণত বিধায়কসকলৰ সক্ৰিয় সহযোগিতা বিচাৰিলে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ ২৬ জুলাই: ৰাজ্যৰ ১২৬ বিধান সভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত, সুলভ আৰু সময়োপযোগী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে যোৱা ২০ জুলাই তাৰিখৰ পৰা অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দিছপুৰস্থিত কাৰ্য্যালয়ত ৰাজ্য খনৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত এক উচ্চস্তৰীয়…

Read More

বহনক্ষম নগৰ উন্নয়ন আৰু সেউজ পৰিৱেশ সৃষ্টিৰ প্ৰতি চৰকাৰৰ অংগীকাৰ দোহাৰি গুৱাহাটীৰ পুনৰ নিৰ্মিত শিলপুখুৰী উদ্যান উদ্বোধন কৰিলে মন্ত্ৰী কৌশিক ৰায়ে।

প্ৰতিদিনে পুৱা ৫:৩০ বজাৰ পৰা ১০:০০ বজালৈ সকলো দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া ৬০ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া ২৭ জুলাইঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীৰ পুনৰ নিৰ্মিত শিলপুখুৰী উদ্যান উদ্বোধন কৰে। এই পদক্ষেপে নগৰখনৰ সেউজ পৰিৱেশ সংৰক্ষণ, ৰাজহুৱা সা-সুবিধাৰ উন্নয়ন আৰু নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত…

Read More

বিধ্বংসী বানত এতিয়ালৈকে ৩১জনৰ প্ৰাণহানি, তিনি সন্ধানহীন

৩৮৫খন গাঁৱৰ ৪লাখ৩১৩৪গৰাকী লোক বানৰ কৱলত ,২৮হেজাৰ কৃষিভূমি ক্ষতিগ্রস্ত গুৱাহাটী, ২৭ জুলাই: শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱা ১৯জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানত এতিয়ালৈকে শিৱসাগৰ জিলাত ৩৮৫খন গাঁৱৰ চাৰি লাখ তিনি হেজাৰ ১৩৪ গৰাকী লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৩১জন লোকৰ প্ৰাণহানি হৈছে আৰু তিনিজন সন্ধানহীন হৈ আছে।আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত মন্ত্রী কেশৱ মহন্তৰ…

Read More

ৰাজ্যিক ভিত্তিক দেশভক্তি দিৱস উদযাপন ২৮ জুলাই : অসম চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত আজি ৰাজ্যিক ভিত্তিত জনতা ভৱনৰ আই ব্লকৰ সভাকক্ষত দেশভক্তি দিৱস উদযাপন কৰা হয়। দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য স্মৃতিত আয়োজিত দেশভক্তি দিৱসত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ…

Read More

মন্ত্ৰী পীযুষ হাজৰীকাৰ জলসিঞ্চন প্ৰকল্প আৰু বানপীড়িত কৃষকৰ সহায়ৰ ব্যৱস্থাৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ জলসিঞ্চন প্ৰকল্প আৰু বানপীড়িত কৃষকৰ সহায়ৰ ব্যৱস্থাৰ পৰ্যালোচনা ২৮ জুলাই, ২০২৬: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনত থকা নিজৰ কাৰ্যালয়ৰ সভাকক্ষত জলসিঞ্চন আৰু কৃষি বিভাগৰ দুখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। জলসিঞ্চন বিভাগৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য…

Read More

কামৰূপত দেশভক্তি দিৱস পালন

দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ আহ্বান আমিনগাঁও, ২৮ জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি কামৰূপ জিলাতো দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্য তিথিৰ সৈতে সংগতি ৰাখি দেশভক্তি দিৱস যথাযোগ্য মৰ্যাদাৰে পালন কৰা হয়। এই উপলক্ষে কামৰূপ জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা…

Read More

মৰঙিত পথ দুৰ্ঘটনা গুৰুতৰ ভাবে আহত দুই অভিযন্তাসহ চালক

ষ্টাফ ৰিপ’ৰ্টাৰ, নুমলীগড়,২৮ জুলাইঃনুমলীগড় আৰক্ষী থানাৰ অধীনৰ মৰঙিৰ ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাটকটীয়া গাৱঁত আজি এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। কাজিৰঙাৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা অৱস্থাত এটা কেকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে NL 06 CE 0670 নম্বৰৰ টাটা পাঞ্চ বাহনখনে। জানিব পৰামতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজনকৈ অভিযন্তা সহ তিনিজনকৈ লোক।…

Read More

অসম প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ

গুৱাহাটী, ২৭ জুলাই ঃ অসম প্ৰিমিয়াৰ লীগৰ [এ পি এল-২০২৬] মুখ্য স্পনছৰ হ’ব ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ৷ অসম ক্ৰিকেট সন্থাই লীগৰ টাইটেল স্পনছৰৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰি লগতে অবগত কৰিছে যে অহা এক আগষ্টৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ’বলগা উদ্বোধনী বৰ্ষৰ এ পি এল ‘ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ…

Read More

কামৰূপ মহানগৰ জিলাত বিশ্ব হেপাটাইটিছ দিৱস পালন

২৮ জুলাই ২০২৬, আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়৷ মহানগৰৰ ধীৰেণপাৰা এফ আৰ ইউত আজি এই দিৱসৰ শুভাৰম্ভণি কৰে কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ‍্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই৷ হেপাটাইটিছ হৈছে যকৃতৰ প্ৰদাহ৷ হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত থাকিবলৈ ইয়াৰ পৰীক্ষা কৰাৰ লগতে ভেকচিন গ্ৰহণ কৰিবলৈ যুটীয়া স্বাস্থ‍্য…

Read More