News

শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ উন্নয়নমূলক আঁচনি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ পৰ্যালোচনা

ঢেকীয়াজুলি, ২৪ আগষ্ট ২০২৬: শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলৰ সৈতে ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সভাকক্ষত শোণিতপুৰ জিলাৰ বিভিন্ন বিভাগৰ সৈতে দ্বিতীয়টো বিভাগীয় পৰ্যালোচনা বৈঠকৰ সভাপতিত্ব কৰে। বৈঠকত…

Read More

ডিজিটেল প্ৰশাসন ব্যৱস্থা আৰু অংশীদাৰসকলৰ সংযোগ সুদৃঢ় কৰিবলৈ ৰেচম সঞ্চালকালয়ৰ ‘ছেৰিকালচাৰ এম.আই.এছ’ মুকলি

গুৱাহাটী, ২৫ আগষ্ট, ২০২৬: অসমৰ ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা, তথ্য ব্যৱস্থাপনা আৰু অংশীদাৰসকলৰ সংযোগ অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ে আনুষ্ঠানিকভাবে ‘ছেৰিকালচাৰ মেনেজমেন্ট ইনফৰ্মেচন চিষ্টেম’ (Sericulture MIS) মুকলি কৰে। এই ডিজিটেল মুকলি পৰ্ব আনুষ্ঠানিকভাৱে সম্পন্ন কৰে অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী…

Read More

চৰকাৰী ভ্ৰমণসূচীৰে গুজৰাটত মন্ত্ৰী কৌশিক ৰায়

নগৰ উন্নয়ন, চেনি উদ্যোগ আৰু সমবায় খণ্ডত গুজৰাটৰ উৎকৃষ্ট পদ্ধতি অধ্যয়ন সাবৰমতী ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন; বান ব্যৱস্থাপনা, TPS, LAP, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৌৰ সেৱা সন্দৰ্ভত আলোচনা চেনিৰ মূল্য নিয়ন্ত্ৰণ, সমবায় চেনি উদ্যোগ আৰু নগৰ উন্নয়ন আঁচনি সন্দৰ্ভত বৈঠক দিছপুৰ, ২৫ আগষ্ট: বিভিন্ন বিভাগৰ সৈতে জড়িত গুজৰাটৰ নীতি, প্ৰতিষ্ঠানিক পদ্ধতি আৰু উন্নয়নমূলক পদক্ষেপসমূহ অধ্যয়ন কৰাৰ উদ্দেশ্যে কৰা…

Read More

অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত বুধবাৰে জ্ঞান জ্ঞান অন্বেষণ যাত্ৰা “আৰোহণ” কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । শিক্ষামূলক আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । কামৰূপ জিলাৰ ২৭৬ খন বিদ্যালয়ৰ ২৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীক জ্ঞান অন্বেষণ যাত্ৰা “আৰোহন”ৰ বাবে ৯ খন বাহনৰ ফ্লেগ অৱ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় । অহা ২৯ আগষ্টলৈ আৰোহণ আঁচনিৰ অধীনত আই আই টি গুৱাহাটী, AIIMS গুৱাহাটী, বা’য়টেক পাৰ্ক, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, গুৱাহাটী বিজ্ঞান গৱেষণা কেন্দ্ৰ আদি বিভিন্ন স্থানত জ্ঞান অন্বেষণৰ বাবে লৈ যোৱা হ’ব । অনুষ্ঠানৰ ফ্লেগ অৱ কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলা শিক্ষা বিষয়া তপন কুমাৰ কলিতা । উল্লেখ্য আৰোহন যাত্ৰাৰ বাবে ১৬ গৰাকী শিক্ষাগুৰু মেন্টৰ হিচাপে নিয়োগ কৰা হৈছে ।

Read More

মন্ত্ৰী অশোক সিংহলৰ উজনি অসম ভ্ৰমণ

ডিব্ৰুগড়ত ৰাজ্যিক পৰ্য্যায়ৰ ৬০ দিনীয়া এইচআইভি সজাগতা অভিযানৰ শুভাৰম্ভ; ডিমৌত ৰক্তকেন্দ্ৰ, নাজিৰাত নতুন চিকিৎসালয় ভৱন উদ্বোধন ডিব্ৰুগড়/শিৱসাগৰ, ২৬ আগষ্ট: ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী আৰু জনমুখী কৰাৰ লক্ষ্যৰে আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলে ডিব্ৰুগড়ত এইচআইভি আৰু সংক্ৰমিত ৰোগ সম্পৰ্কে ৬০ দিনীয়া ৰাজ্যিক পৰ্যায়ৰ বিস্তৃত তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ শুভাৰম্ভ…

Read More

গুৱাহাটীত আগৰৰঅংশীদাৰ সকলৰ সন্মিলন

আগৰকলৈ অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব উদ্যোগ মন্ত্ৰী বিমল বড়াৰ এক সম্পূর্ণ মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা আগৰৰ পৰা বছৰি ৪০হাজাৰ কোটিৰ ব্যৱসায়িক সম্ভাৱনা গুৱাহাটী,২৬আগষ্ট: ‘অগৰকলৈ যাতে অসমৰ অৰ্থনীতি শক্তিশালী হৈ উঠে, এই ব্যৱসায় যাতে আইনসন্মত ভাৱে গঢ় লয় তাৰ বাবে আমি আগবাঢ়ি আহিব লাগে’ -অগৰকাঠ অংশীদাৰ সকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি…

Read More

উদ্বোধনীৰ পূৰ্বে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্র (সাঁতোৰ) পৰিদৰ্শন

আমিনগাঁও, ২৬ আগষ্ট ২০২৬:অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে অহা ২৮ আগষ্ট ২০২৬ তাৰিখে হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আজি আমিনগাঁও সাঁতোৰ প্ৰকল্পত অৱস্থিত ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ(সাঁতোৰ) পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত কামৰূপ জিলাৰ জিলা আয়ুক্ত শ্ৰীদেৱ কুমাৰ মিশ্ৰও উপস্থিত থাকে। উল্লেখযোগ্য যে উদ্বোধনী বিশেষ কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্রী ড°…

Read More

জনতা ভৱনত জলসিঞ্চন বিভাগৰ উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

অহা ৫ বছৰত ৭,০০০ কোটি ব্যয় কৰিব লাগিবঃ মন্ত্ৰী হাজৰীকাৰ গুৱাহাটী, ২৭ আগষ্ট: জলসিঞ্চন খণ্ডৰ দ্ৰুত উন্নয়ন আৰু কৃষিভূমিৰ জলসিঞ্চনৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত বিভাগীয় উচ্চস্তৰীয় এক পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে ৰাজ্যৰ কৃষি তথা জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই। বৈঠকত জলসিঞ্চন ব্যৱস্থা অধিক ফলপ্ৰসূ আৰু সম্প্ৰসাৰিত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ কৌশলগত সিদ্ধান্ত…

Read More

আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্ৰ উদ্ধোধন মুখ্যমন্ত্ৰী । আজি শুকুৰবাৰে বিয়লি অসম ক্ৰীড়া প্ৰাধিকৰণ, ছাই আৰু ভাৰতীয় বেডমিন্টন সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে – দেশৰ ভিতৰতেই আটাইতকৈ বেছি ক্ৰীড়া সুবিধা থকা মহানগৰীৰ তালিকাত অচিৰেই স্থান পাব গুৱাহাটীয়ে । তেওঁ লগতে কয় যে- এই বছৰতে সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবে আঁচনি লোৱা হ’ব আৰু অনাগত দিনতো অসমৰ উদীয়মান খেলুবৈসকলক উন্নত মানৰ ক্ৰীড়া সুবিধা প্ৰদান কৰা হ’ব । আজিৰ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱকল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিত দৈমাৰী,সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰকাশ দাস,দিগন্ত কলিতা, ভাৰতীয় ক্ৰীড়া প্ৰাধিকাৰণৰ উপ- সঞ্চালক প্ৰধান মঞ্জুশ্ৰী দয়ানন্দৰ লগতে বহুসংখ্যক ক্ৰীড়াবিদ আৰু ৰাইজ উপস্থিত থাকে ।আমিনগাঁৱৰ পৰা নিতুপম মেধিৰ ৰিপ’ৰ্ট, দাপোণ লাইভ

Read More

মাজুলীত স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় আৰু জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন; স্বাস্থ্য সূচক সন্দৰ্ভত পৰ্যালোচনা উত্তৰ কমলাবাৰী সত্ৰত সেৱা আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে মাজুলী, ২৭ আগষ্ট: আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী অশোক সিংহলে মাজুলী ভ্ৰমণ কৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে চিকিৎসা সেৱা, স্বাস্থ্য আন্তঃগাঁথনি আৰু সামগ্ৰিক স্বাস্থ্য ব্যৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে…

Read More