দৰং জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
এই মথাউৰিসমূহ অতি শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ষ্টাফ ৰিপ’টাৰ দৰং, 8 আগষ্ট : ড: হিমন্ত বিস্ব শৰ্মাই আজি মঙলদৈৰ সমষ্টিৰ বেঙাবডা আৰু নাহৰবাৰীত উপস্হিত হৈ শেহতীয়া বান পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ লয । নোবা নৈৰ মথাউৰিৰ ভঙা অংশ পৰিদৰ্শন কৰাৰ লগতে চলি থকা মেৰামতিৰ কাম কাজৰ বুজ লয ।…

