News

বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস উদযাপন

বঙাইগাঁওঃ ২৮ জুলাইঃ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰা হয়। জিলা প্ৰশাসন আৰু বঙাইগাঁও আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া উদ্যোগত পালন কৰা দিৱসৰ অনুষ্ঠানত অসমৰ স্বনামধন্য স্বাধীনতা সংগ্ৰামী তথা জাতীয়তাবাদী নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে, প্ৰতি বছৰে ২৮…

Read More

*দেশভক্ত তৰুণৰাম ফুকনদেৱৰ অৱদানক সশ্ৰদ্ধ স্মৰণেৰে পৱিত্ৰ মৃত্যু তিথি উপলক্ষে দৰং জিলা প্ৰশাসনৰ দেশভক্তি দিৱস উদযাপন*

ষ্টাফ ৰিপৰ্টাৰ, খাৰুপেটীয়া  ২৮ জুলাই: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগ, দৰঙৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী, দেশপ্ৰেমিক, সমাজসংস্কাৰক তথা জননেতা দেশভক্ত তৰুণৰাম ফুকনদেৱৰ পৱিত্ৰ মৃত্যু তিথি উপলক্ষে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেশভক্তি দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্ত আয়ুষী জৈনৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক, জ্যেষ্ঠ চিকিৎসক…

Read More

দলগাঁও সমজিলা আয়ুক্ত  কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক শিংহালৰ , ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই কাৰ্যালয়

ষ্টাফ ৰিপৰ্টাৰ,  খাৰুপেটীয়া ,২৮ জুলাই দলগাঁৱত নিৰ্মাণ হ’ব নতুন সম-জিলাৰ আয়ুক্ত কাৰ্যালয়। অসমৰ যশস্বী  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সু-পৰিকল্পিত (SOPD-G) আঁচনিৰ অধীনত দলগাঁৱত নিৰ্মাণ হ’বলগীয়া এই RCC G+4 মহলীয়া সম-জিলা কাৰ্যালয় ভৱনটোৰ আধাৰশিলানুষ্ঠানিকভাৱে স্থাপন কৰে দৰং জিলাৰ  অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলে । দলগাঁৱৰ ৰাইজৰ…

Read More

মুকালমুৱাত লুনা নুৱেভা স্পৰ্টছ একাডেমীৰ উদ্যোগত চলি থকা এল এন এছ এ জুনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতাত টপন বড়ো ক্ৰিকেট একাডেমীৰ জয়লাভ

শ্বাহ আলাউদ্দিন আহমেদ,মুকালমুৱা ২৮ জুলাই: নলবাৰী জিলাৰ মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত লুনা নুৱেভা স্পোৰ্টছ একাডেমীৰ উদ্যোগত চলি থকা এল এন এছ এ জুনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ খেলত টপন বড়ো ক্ৰিকেট একাডেমীয়ে সাৰ্থেবাৰী ক্ৰিকেট কোচিং চেণ্টাৰক ৮ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি টপন বড়ো ক্ৰিকেট একাডেমীয়ে নিৰ্ধাৰিত…

Read More

বঙাইগাঁৱত বিশ্ব হেপাটাইটিছ দিৱস পালন

বঙাইগাঁওঃ ২৮ জুলাইঃ  বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মঙলবাৰে ছিপনছিলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  জিলা পৰ্যায়ৰ বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় । এই জিলা পৰ্যায়ৰ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বাসুদেৱ মালাকাৰে। জিলাৰ মুখ্য স্বাস্থ্যবিষয়া ডাঃ গোপাল চন্দ্ৰ ৰায়, জিলা নীৰিক্ষণ বিষয়া ডাঃ বাদল চন্দ্ৰ সৰকাৰ ,…

Read More

নমাটি শাখা সাহিত্য সভাৰ সাধাৰণ সভা সম্পন্ন।।। অসম সাহিত্য সভাৰ অৱদান উপলব্ধিৰ বিষয়।।।

নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু ৰাজহ চক্ৰৰ নমাটি শাখা সাহিত্য সভাৰ সাধাৰণ সভা এখন ২৬ জুলাইৰ আবেলি নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈ যায়। সভাত পৌৰোহিত্য কৰে শাখা সভাখনৰ সভাপতি আদ্যবালা মজুমদাৰে। সভাত শাখাখনৰ সম্পাদক হীৰক ডেকাই সভা আয়োজনৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত বিৱৰি কোৱাৰ লগতে বিগত সময়ৰ শাখাখনৰ খতিয়ান অৱগত কৰে।…

Read More

পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নৰ সংবাদমেল সম্বোধন

বান পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বজালী জিলা সমিতিৰ পাঠশালা,28 জুলাই, উজনি অসমত সংঘঠিত হোৱা প্ৰলয়ংকাৰী বান বিভীষিকাত ক্ষতিগ্ৰস্থ ৰাইজক তাৎক্ষণিক ভাবে সকাহ দিয়া,পুনৰ্সংস্থাপন আৰু দীৰ্ঘম্যাদী বান ব্যৱস্থাপনা নিশ্চিত কৰাৰ দাবীত আজি পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…

Read More

উজনিৰ প্ৰলয়ংকাৰী বান পৰিস্থিতিক লৈপাঠশালাত আক্ৰাছুৰ বান সাহায্য সংগ্ৰহ অভিযান

পাঠশালা,26 জুলাই, উজনিৰ বিভিন্ন জিলাত প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আজি পাঠশালাত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বজালী জিলা সমিতিয়ে বান সাহায্য সংগ্ৰহ কৰে । বানত সৰ্বস্ব হেৰুওৱা হাজাৰ হাজাৰ লোকক সহায় কৰাৰ উদ্দেশ্য পাঠশালা নগৰৰ বিভিন্ন ৰাজপথ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সাধাৰণ ৰাইজৰ ওচৰত বান সাহায্যৰ বাবে আৰ্থিক সহযোগিতা…

Read More