ওদালগুৰি জিলা কাৰাগাৰত হাজোতিৰ ৰহস্যজনক মৃত্যু।
আত্মহত্যা নে আন কিবা ?নিৰপেক্ষ তদন্তৰ দাবী পৰিয়ালৰ ওদালগুৰি পৰা অখিল কলিতা, ২৮ জুলাই: ওদালগুৰি জিলা কাৰাগাৰৰ দৰে উচ্চ সুৰক্ষাসম্পন্ন স্থানৰ ভিতৰত এজন হাজোতিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটোক লৈ বিভিন্ন মহলত আত্মহত্যা নে আন কোনো অপৰাধমূলক ঘটনাৰ ফল—সেই প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে, আৰক্ষী বা সংশ্লিষ্ট তদন্তকাৰী সংস্থাই এতিয়ালৈকে মৃত্যুৰ…

