শিৱসাগৰৰ বানাক্ৰান্তলৈ ৫০ হাজাৰ খাদ্যৰ টোপোলা নগাঁও জিলা প্ৰশাসনৰ।

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ জুলাইঃ শিৱসাগৰৰ বানাক্ৰান্তলৈ ৫০ হাজাৰ খাদ্যৰ টোপোলা নগাঁও জিলা প্ৰশাসনৰ শিৱসাগৰৰ বানাক্ৰান্তলৈ ৫০ হাজাৰ খাদ্যৰ টোপোলা নগাঁও জিলা প্ৰশাসনৰ। শেহতীয়া সংহাৰী বানত বিস্তৰভাবে ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ সহায়ৰ বাবে নগাঁও জিলা প্ৰশাসনেও ব্যাপক সাহায্য অভিযান চলাই আছে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম ৰাজ্যিক দুৰ্যোগ…

Read More

ঐতিহাসিক ৰঙাপৰা নৰ্থ ৰে’লৱে জংচন সংৰক্ষণ কৰি ঐতিহ্য সংগ্ৰহালয় গঢ়ি তোলাৰ আহ্বান,২০২৮ চনত ১২৫ বছৰ পূৰ্তিৰ প্ৰাকক্ষণত পুৰণি ষ্টেচন ভৱনক ঐতিহ্যস্থল হিচাপে সংৰক্ষণৰ দাবী; ৰে’ল কৰ্তৃপক্ষলৈ জেষ্ঠ্য নাগৰিক বুধিন্দ্ৰ বৈশ্যৰ আবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ ৰঙাপৰা, ২৭ জুলাইঃ শোণিতপুৰ জিলাৰ ঐতিহাসিক ৰঙাপৰা নৰ্থ ৰে’লৱে জংচন (পুৰণি) সংৰক্ষণ কৰি ইয়াক ৰে’লৱে ঐতিহ্য সংগ্ৰহালয়, ঐতিহ্য উদ্যান অথবা ঐতিহ্যস্থল হিচাপে গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছে ৰঙাপৰাৰ বিশিষ্ট জেষ্ঠ্য নাগৰিক বুধিন্দ্ৰ বৈশ্যই। এই সন্দৰ্ভত তেওঁ ৰে’ল বিভাগলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰি ৰে’ল কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে।আবেদন-পত্ৰত উল্লেখ কৰা মতে, ১৯০৩ চনত ব্ৰিটিছ…

Read More

ঢেকীয়াজুলিত এবছুৰ ২ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী

বড়ো চুক্তি ৰূপায়ণ আৰু বড়ো সকলৰ সমষ্যা সমাধানৰ দাবী তপন সেন গুপ্ত, ঢেকিয়াজুলি, 27 জুলাই : ২০২০ চনত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তিৰ বাকী থকা দফা সমূহ শীঘ্ৰে ৰূপায়ন কৰাৰ লগতে বড়ো সকলৰ সমষ্যা সমাধানৰ দাবীত  আজি ঢেকীয়াজুনিৰ সমজিলা আয়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত ৰাজ্যৰ সমান্তৰালভাৱে  শোণিতপুৰ  জিলা নিখিল বড়ো…

Read More

নলবাৰীত দেশভক্তি দিৱস উদযাপন ।

 ধ্ৰুৱ জ্যোতি মালাকৰ,নলবাৰী,২৮জুলাই: নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসটি “দেশভক্তি দিৱস”হিচাপে উদযাপন কৰা হয় । নলবাৰী সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত  অনুষ্ঠিত এই সভাত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে জিলা উন্নয়ন আয়ুক্ত যুগ কৃষ্ণ ৰাজবংশী,অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতীয়া আৰু…

Read More

বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস উদযাপন

বঙাইগাঁওঃ ২৮ জুলাইঃ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰা হয়। জিলা প্ৰশাসন আৰু বঙাইগাঁও আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া উদ্যোগত পালন কৰা দিৱসৰ অনুষ্ঠানত অসমৰ স্বনামধন্য স্বাধীনতা সংগ্ৰামী তথা জাতীয়তাবাদী নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে, প্ৰতি বছৰে ২৮…

Read More

*দেশভক্ত তৰুণৰাম ফুকনদেৱৰ অৱদানক সশ্ৰদ্ধ স্মৰণেৰে পৱিত্ৰ মৃত্যু তিথি উপলক্ষে দৰং জিলা প্ৰশাসনৰ দেশভক্তি দিৱস উদযাপন*

ষ্টাফ ৰিপৰ্টাৰ, খাৰুপেটীয়া  ২৮ জুলাই: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগ, দৰঙৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী, দেশপ্ৰেমিক, সমাজসংস্কাৰক তথা জননেতা দেশভক্ত তৰুণৰাম ফুকনদেৱৰ পৱিত্ৰ মৃত্যু তিথি উপলক্ষে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেশভক্তি দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্ত আয়ুষী জৈনৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক, জ্যেষ্ঠ চিকিৎসক…

Read More

দলগাঁও সমজিলা আয়ুক্ত  কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক শিংহালৰ , ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই কাৰ্যালয়

ষ্টাফ ৰিপৰ্টাৰ,  খাৰুপেটীয়া ,২৮ জুলাই দলগাঁৱত নিৰ্মাণ হ’ব নতুন সম-জিলাৰ আয়ুক্ত কাৰ্যালয়। অসমৰ যশস্বী  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সু-পৰিকল্পিত (SOPD-G) আঁচনিৰ অধীনত দলগাঁৱত নিৰ্মাণ হ’বলগীয়া এই RCC G+4 মহলীয়া সম-জিলা কাৰ্যালয় ভৱনটোৰ আধাৰশিলানুষ্ঠানিকভাৱে স্থাপন কৰে দৰং জিলাৰ  অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলে । দলগাঁৱৰ ৰাইজৰ…

Read More

বঙাইগাঁৱত বিশ্ব হেপাটাইটিছ দিৱস পালন

বঙাইগাঁওঃ ২৮ জুলাইঃ  বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মঙলবাৰে ছিপনছিলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  জিলা পৰ্যায়ৰ বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় । এই জিলা পৰ্যায়ৰ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বাসুদেৱ মালাকাৰে। জিলাৰ মুখ্য স্বাস্থ্যবিষয়া ডাঃ গোপাল চন্দ্ৰ ৰায়, জিলা নীৰিক্ষণ বিষয়া ডাঃ বাদল চন্দ্ৰ সৰকাৰ ,…

Read More

নমাটি শাখা সাহিত্য সভাৰ সাধাৰণ সভা সম্পন্ন।।। অসম সাহিত্য সভাৰ অৱদান উপলব্ধিৰ বিষয়।।।

নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু ৰাজহ চক্ৰৰ নমাটি শাখা সাহিত্য সভাৰ সাধাৰণ সভা এখন ২৬ জুলাইৰ আবেলি নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈ যায়। সভাত পৌৰোহিত্য কৰে শাখা সভাখনৰ সভাপতি আদ্যবালা মজুমদাৰে। সভাত শাখাখনৰ সম্পাদক হীৰক ডেকাই সভা আয়োজনৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত বিৱৰি কোৱাৰ লগতে বিগত সময়ৰ শাখাখনৰ খতিয়ান অৱগত কৰে।…

Read More